#makeinAssam #diy #gaming #electronics
#MakeINAxom #SOHOJELECTRONICS #SELABS MakeINAxom is a dream that will shine Assam and NE Region ..... এই ব্লগত SELABS বোলা অনুস্থানতোৰ সপোনক ৰাইজলৈ নিছোঁ SELABS কি , কি কৰিব বিচাৰিছে ? SELABS organization বনাইছিলো অকলেই , ইয়াৰ আৰম্ভনিত ২-৩বছৰে ফেচবুক গ্ৰুপ "SOHOJ ELECTRONICS TALK AXOM" ত ইলেক্ট্ৰনিক্সক লৈ কেনেকে প্ৰদাক্ত বনাব সেইয়া লৈ আহিছিলোঁ --- Eng:: The "SOHOJ ELECTRONICS TALK AXOM" face book group has been pioneer in bringing electronics and DIY to all in a simple way .It has acquired 9000members in 2 years that include people from all spares of job / academics . ---- SELABS কেনেদৰে বিপ্লব কৰিব বূলি ভাৱিব পাৰি ? SELABS প্ৰথমে বনাইছে সহজ-ইনভাৰ্তাৰ ৩ ৰুমত ১০০% উজ্জল লাঈত দিব দামী ইন্ভাৰ্তাৰৰ দৰে । কেবল ফেন আদি নচলে বেচিক মদেলত ,কাৰ দাম আৰু বেতেৰী যি দৰকাৰ তাৰ খৰচ কম ৰাখিবলে । The key points of MakeinAxom Industry Rs 600/-ইন্ভাৰ্তাৰ কৰি সকলোকে দিল্লীত বনোৱা বেয়া চাৰ্কিতৰ ইমাৰজেনচী আদিৰ পৰা আতৰাই অ
Comments
Post a Comment